Posts

Showing posts with the label 🎁286(19:51-57)Maryam

🎁286(19:51-57)Maryam(Mary)

🟥286(19:51-57)Maryam(Mary) 🟥 https://youtu.be/fR74efGD1NY . 🟥মিনি সূচিঃ286(19:51-57)Maryam Other Prophets are Raised (Verses 19:51–19:65) 19:51(মুছা আ:ছা: আছিল ৰাছুল, নবী।) (✅Note: Diff between Navi and Rasool.link) 19:53(মুছাৰ-আ:ছা: বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে আল্লাহে দান কৰিছিল।) 19:54(ইছমাঈলক, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী) 19:55(ছালাত আল্লাহৰ চুন্নত,ইয়াৰ পৰিৱৰ্তন নাই, ই যি নিয়মেৰেই নবী ইব্ৰাহিমৰ আ:ছা: সম‌য়ৰ পৰা আছে ঠিক তেনেদৰে আজিও আছে।) 19:56-57(ইদ্ৰীছ a.s., নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী;) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✳️১৯:৫১[Musa (Moses), Ismail (Ishmael), Idris (Enoch), Nuh (Noah)]. وَاذْكُرْ فِي الْكِتَابِ مُوسَىٰ ۚ إِنَّهُ كَانَ مُخْلَصًا وَكَانَ رَسُولًا نَبِيًّا আৰু স্মৰণ কৰা এই কিতাবত মুছাক, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী। . 📍Verse/Note: 19:51 AND CALL to mind, through this divine writ, Moses. Behold, ...