Posts

Showing posts with the label ⚫Part-134(06:118-126)খাদ্যত-নিষেধ/অশ্লীল-হাৰাম/কেঁচু-জিন্দা-লাচ/কোৰআন-সৰল-পথ

⚫ Al-An'am[Part-134(06:118-126)]

Part-134(6:118-126) 🍇 https://youtu.be/GNs9ctRgd1s (#muktabulhussain) .  🍇মিনি সূচিঃPart-134(6:118-126) 6:118-119(Dietary Prohibitions-খাদ্যতালিকাত নিষেধাজ্ঞা) 6:120(নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে) 6:121(Do not eat anything (not just meat) on which God’s name has not been mentioned-Note) 6:122(মুখেৰে খোজ কঢ়াৰ উদাহৰণ, কেঁচু, যাৰ অস্তিত্ব অতি নিম্ন।জিন্দা লাচ(sa-raf)-Note) 6:123(ref-কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে বিভ্ৰান্ত কৰিছিল-16:25-Note) 6:124(Blind Followers do not Appreciate Originality-See note) 6:125(Quranic Knowledge Far Ahead of Human Progress) 6:126(Qur’an is the path of your Lord, a straight path. Allah have detailed His revelations for those who pay attention and take them to heart) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🍇৬:১১৮(খাদ্যতালিকাত নিষেধাজ্ঞা) فَكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ...