🌗Part-187(9:114-118)At-Tawbah
Part-187(9:114-118)At-tawbah 💥 https://youtu.be/RSAoL0C2COs #muktabulhussain . 💥মিনি সূচিঃPart-187(9:114-118)At-tawbah 9:114(ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে-Note) 9:115(প্রমাণ প্রতিষ্ঠিত হোৱাৰ পাছত প্রতিশোধ আহে) 9:116(আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।) 9:117(God is Supporting the Monotheists)(Muhaajireen = Emigrants. Ansaar = Those who host and support them) 9:118(ভুল ইতিহাস🔷-See note) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 💙৯:১১৪ وَمَا كَانَ اسْتِغْفَارُ إِبْرَاهِيمَ لِأَبِيهِ إِلَّا عَنْ مَوْعِدَةٍ وَعَدَهَا إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُ أَنَّهُ عَدُوٌّ لِلَّهِ تَبَرَّأَ مِنْهُ ۚ إِنَّ إِبْرَاهِيمَ لَأَوَّاهٌ حَلِيمٌ আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, সি আল্লাহৰ শত্ৰু তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিলে। নিশ্চয় ইব্ৰ...