Posts

Showing posts with the label 🎯Part-204(11:9-17)Hud

🎯Part-204(11:9-17)Hud

PART-204(11:9-17)Hud (Truth of Revelation) 🔵 https://youtu.be/VQoM4X6eY8c VIDEO OF #MUKTABULHUSSAIN . 🏕️মিনি সূচিঃPART-204(11:9-17)Hud 11:9-10(The changing of Man's Attitude in Happiness and Hardship) 11:12✅(মহম্মদে(আ:ছা:) গায়েব নাজানে আৰু  তেওঁৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, তেওঁ কেৱল সেইটোকেই অনুসৰণ কৰে। কোৱা, ‘অন্ধ আৰু দৃষ্টিৱান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?) 11:13(The Quran is a Unique Book with Extraordinary Features-Note)(কোৰআনৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা) 11:14✅(যদি কোৰআনৰ দৰে কোনো আয়াত/ছুৰা ৰচনাই কৰিব নোৱাৰা, তেন্তে আত্মসমৰ্পন কৰা-Note) 11:15-16(যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আল্লাহে  তাক পূৰ্ণ কৰি দিয়ে, কিন্তু আখিৰাতত থাকিব জুই) 11:17✅(Only those people will believe in the Quran who try to understand in through reason and reflection-Note) 11:18(ref-যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সেইদিনা ওজৰ-আপত্তি কৰিবলৈ অনুমতি দিয়া নহ’ব-Note) 11:19(যিসকলে আল্লাহৰ পথত বাধা দিয়ে আৰু তাত বক্ৰতা(crooked) অনুসন্ধান কৰে; আৰু ইহঁতে...