Posts

Showing posts with the label 🌕Part-161(07:180-188)Allh'sNames.MessengersOnlyWarnerTheyDon'tKnowFuture.InWhichLahwalHadithYouAgree

🌕Al-Aa'raf[Part-161(07:180-188)]

Part-161(7:180-188)Al-Aa'raf 📕 https://youtu.be/6keItqXtgEw #muktabulhussain video . 📕মিনি সূচিঃPart-161(7:180-188) 7:180(Beautiful Names Belong To God-see notes)(কোৰআনত ১০০তকৈয়ো বেছি আল্লাহৰ গুণগত নাম আছে। কিন্তু বিখ্যাত ভেজাল হাদিসবোৰে ৯৯টাৰ লিষ্ট বাহিৰ কৰি তাৰে আটাইবোৰ সুন্দৰ নাম নহয় বুলি কৈছে-See 🍒notes) 7:182-183(যিয়েই আয়াতসমূহক অস্বীকাৰ কৰিছে,  আল্লাহে এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাবযে, সিহঁতে গমেই নাপাব-Notes) 7:184(মহম্মদ আ:ছা: কেৱল এজন স্পষ্ট সতৰ্ককাৰী -Note) 7:185[গতিকে কোৰআনৰ পিছত সিহঁতে আৰু কোন হাদিসত(লাহুৱাল হাদিস-all Hadiths outside the Quran) ঈমান আনিব?see notes] 7:187(Only God Can Reveal the Time of the End; Messengers Are Humans Like You)(The horrors will not worry the believers -21:103-see notes) 7:188(None knows the future, including Muhammed a.s.-see note)(গতিকে বুখাৰিচাহাবৰ গাজাই কাম নিদিয়ে-শেষত চাওঁক) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 📕৭:১৮০(Beautiful Names Be...