🎯Part-213(11:88-95)Hud
PART-213(11:88-95)Hud 🍎 https://youtu.be/Ha_9P-MLS2c ( #MUKTABULHUSSAIN VIDEO) . 🏕️মিনি সূচিঃPART-213(11:88-95)Hud History of Shuaib (Verses 11:84–11:95). 11:88(Shu`ayb's Refutation of His People) 11:90✅(None of the communities was destroyed for a deficiency in their worship. They met destruction for violating human rights-Note/ref-14:8) 11:91✅(ref-সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছো যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা-Note) 11:93(Shu`ayb's threatening of His People) 11:94-95(All Messages were well protected-11:94-N2.see above video)[ধ্বংসই আছিল মাদিয়ানবাসীৰ{Madyan (the Biblical Midian)} পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়] ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🍎১১:৮৮(Shu`ayb's Refutation of His People). قَالَ يَا قَوْمِ أَرَأَيْتُمْ إِنْ كُنْتُ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَرَزَقَنِي مِنْهُ رِزْقًا حَ...