1️⃣6️⃣Part-247(16:19-29)Al-Nahl(The Bee)
Part-247(16:19-29)Al-Nahl(The Bee) 🟨 https://youtu.be/1C180EsIIaM . 🏕️মিনি সূচিঃPart-247(16:19-29)Al-Nahl 16:20-21(সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হয়-see ref) 16:22(None is to be worshipped except Allah -see ref)(✅ref-যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়-See ref-39:45) 16:24✅(The language of the verse is interesting. It refers to the unappreciative people who reject the message of the Quran by labeling it a myth-See Notes) 16:25✅(কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে বিভ্ৰান্ত কৰিছে-Note) 16:27✅(ref-12:106-সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।-See Notes) 16:29✅(জাহান্নামীবোৰ দুজখত স্থায়ীভাৱে থাকিব। তাত সিহঁতৰ মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব-See Notes/ref) ।।।। 🌐টোকাঃ ইয়াত প...