Posts

Showing posts from January 9, 2022

🌕Al-Aa'raf[Part-144(07:30-36)]

Part-144(7:30-36)Al-Aa'raf. 📕 https://youtu.be/BkkHpLFd1bw #muktabulhussain .  📕মিনি সূচিঃPart-144(7:30-36)Al-Aa'raf 7:30(Beware: They Believe that They Are Guided-see note). 7:31{ছালাতৰ বাবে নিজকে সুসজ্জিত (adornment)কৰা মানে নিজক অলংকৃত কৰা নহয়-খণ্ডৰ ভিদিঅ' চাওঁক}(অপচয় নকৰিবা)(masjid in Quran -see link) 7:32(Do Not Prohibit in the Name Of God-see verse attachment) 7:33(Definition of Shrik-See Note) 7:34(প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে) 7:35-36(Messengers From Among You-Note) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 📕৭:৩০(Beware: They Believe that They Are Guided). فَرِيقًا هَدَىٰ وَفَرِيقًا حَقَّ عَلَيْهِمُ الضَّلَالَةُ ۗ إِنَّهُمُ اتَّخَذُوا الشَّيَاطِينَ أَوْلِيَاءَ مِنْ دُونِ اللَّهِ وَيَحْسَبُونَ أَنَّهُمْ مُهْتَدُونَ এটা দলক তেওঁ হিদায়ত দিছে, আৰু আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক-ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে...