🔵 Al-Maidah[Part-120(05:110-120)]
Part-120(5:110-120)-End 🌈 https://youtu.be/zvFhPkpJEMU (#muktabulhussain) . 🌈মিনি সূচিঃPart-120(5:110-120)-End ৫:১১০{(ঈছাক ৰুহুল কুদুছৰ দ্বাৰা শক্তিশালী কৰা হৈছিল, দোলনাত থকা অৱস্থাতে মানুহৰ লগত কথা ক’ব পাৰিছিলা, তেওঁক আল্লাহে কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিল),(আল্লাহৰঅনুমতিক্ৰমত তেওঁ মাটিৰ চৰাইৰ বনাই তাত ফুঁ দি জীৱন্ত কৰিছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক নিৰাময় কৰিছিল মৃতক জীৱিত কৰিছিল)(কাফিৰে কৈছিল,এয়া স্পষ্ট যাদুৰ)-নোট। ৫:১১১(হাওৱাৰীসকলে ক’লে, ‘আমিয়েই আল্লাহৰ (পথত) সাহায্যকাৰী) ৫:১১২-১১৪{আল্লাহৰ তাক্বৱা অৱলম্বন কৰিলে মুমিন হয়,feast (Eid) (Eedan)} ৫:১১৬-১১৭(ঈছাই কোৱা নাছিল: আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা) . 🌈৫:১১০ إِذْ قَالَ اللَّهُ يَا عِيسَى ابْنَ مَرْيَمَ اذْكُرْ نِعْمَتِي عَلَيْكَ وَعَلَىٰ وَالِدَتِكَ إِذْ أَيَّدْتُكَ بِرُوحِ الْقُدُسِ تُكَلِّمُ النَّاسَ فِي الْمَهْدِ وَكَهْلًا ۖ وَإِذْ عَلَّمْتُكَ الْكِتَابَ وَالْحِكْمَةَ وَالتَّوْرَاةَ وَالْإِنْجِيلَ ۖ وَإِذْ تَخْلُقُ مِنَ الطِّينِ كَهَيْئَةِ الطَّيْرِ بِإِذْنِي فَتَنْفُخُ فِيهَا فَتَكُ...