Posts

Showing posts with the label 🌕Part-154(07:131-137)PharaohDealingsWithMoses

🌕Al-Aa'raf[Part-154(07:131-137)]

Part-154(7:131-137)Al-Aa'raf 🌈 https://youtu.be/NdzqbZAlhn8 #muktabulhussain video. . 🌈মিনি সূচিঃPart-154(7:131-137)Al-Aa'raf 7:131-137(Pharaoh, dealings with Moses). 7:131(According to the law of Mukafat (output of action). But most of them do not understand:see note) 7:133(যেতিয়া সতর্ক অবহেলিত হয়- Notes.Animals in Quran) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🌈৭:১৩১(Pharaoh, dealings with Moses). فَإِذَا جَاءَتْهُمُ الْحَسَنَةُ قَالُوا لَنَا هَٰذِهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَطَّيَّرُوا بِمُوسَىٰ وَمَنْ مَعَهُ ۗ أَلَا إِنَّمَا طَائِرُهُمْ عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে। . [7:131] And (Fa) when (...