🌀POINTSTOBE NOTED:229(13:1-43)Ar-Ra'ad
📘229-মিনি সূচিঃPART-229(13:1-7)Al-Ra'ad PART-229(13:1-7)Al-Ra'ad(Thunder) ✅Pre-Column of chapter-13 Al-Ra'ad: 13:1✅(হুৰুফ মুক্কাতাট, The majority of people are not believers-See Notes) 13:2(Planets, stars, nebulae or galaxies - are, as it were, "suspended" in space within a system of unceasing motion determined by centrifugal forces and mutual, gravitational attraction-Note) 13:3(আল্লাহে সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে।) 13:5(Denying Resurrection after Death, is Strange) 13:7(নিশ্চয় মহম্মদ এজন সতৰ্ককাৰী, আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক।) . 📘230-মিনি সূচিঃPART-230(13:8-14)Al-Ra'ad 13:8(Allah is All-Knower of Al-Ghayb (Unseen) 13:10(Allah's Knowledge encompasses all Things Apparent and Hidden) 13:11✅(নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। আৰু যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে, তেন্তে সেয়া প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়) 13:12(Clouds, Thunder and Lightning are Signs of Allah'...