Posts

Showing posts with the label 🌀🟨021PTN(Al-Anbyã)

🌀🟨মিনি সূচিঃPart-300(21:1-112)Al-Anbyã

🟨মিনি সূচিঃPart-300(21:1-14)Al-Anbyã 21:7(জ্ঞানীসকলক মানে কাক বুজোৱা হৈছে? -লিংক চাওঁক) 21:10✅(The word "Dhikr"denotes the Quran's code)-Link) . 🟨301-মিনি সূচিঃPart-301(21:15-29)Al-Anbyã 21:16(Allah have created all this heaven-earth for a great purpose. And the purpose is that no work would be done  without producing a result, whether it involves a person or a nation. 21:23(Never Question God's Wisdom) 21:25✅(দূত/ৰছুল কোন?(ইয়াৰ তিনিটা মাপকাঠী আছে) 21:28(তেওঁলোকে ছুপাৰিছ কৰে কেৱল সিহঁতৰ বাবেই যিসকলৰ প্ৰতি তেওঁ সন্তুষ্ট*see Note) . 🟨302-মিনি সূচিঃPart-302(21:30-41)Al-Anbyã ➡️আয়াত নং ২১:৩০ত নষ্টালজিয়াৰ কিছুকথা। ➡️তলৰ চাৰিটা আয়াতত(২১:৩০-৩৩) বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা উদাহৰণ আল্লাহে দিছে: ২১:৩০✅(THE BIG BANG THEORY-See notes) (কেৱল আল্লাহে বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ ওপৰত নিৰপেক্ষ সাৰ্বভৌমত্বৰ অধিকাৰী।) ২১:৩১✅(সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে-টোকা চাব) ২১:৩২✅(আল্লাহে আকাশক কৰিছে সুৰক্ষিত চাদ-টোকা চাব) ২১:৩৩✅(Sun’s Orbit-টোকা চাব) ২১:৩৪(Mortality-...