🌐Part-196(10:45-52)Yunus
Part-196(10:45-52)Yunus 🔵 https://youtu.be/2YYRpX_eKWw #muktabulhussain video 09.03.2022 . 🖼️মিনি সূচিঃPart-196(10:45-52)Yunus. 10:45(সেইদিনা সিহঁতৰ এনে লাগিব যেন পৃথিৱীত কেৱল সিহঁতৰ অৱস্থিতি দিনৰ মুহুৰ্ত্তকাল মাত্ৰ আছিল-Note) 10:46(সকলো আল্লাহৰ ওচৰতেই উভতি আহিব লাগিব-note) 10:47(প্ৰত্যেক উম্মতৰ বাবেই আছে একোজনকৈ ৰাছুল।-note) 10:48(ref-কিয়ামত সম্পৰ্কে যিসকলে বাক-বিতণ্ডা কৰে সিহঁতে ঘোৰ বিভ্ৰান্তিত নিপতিত) 10:49(The Messenger Has No Special Power). 10:50(ref-প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত-note) 10:51(ref-শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল।-note) 10:52(‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔵১০:৪৫ وَيَوْمَ يَحْشُرُهُمْ كَأَنْ لَمْ يَلْبَثُوا إِلَّا سَاعَةً مِنَ النَّهَارِ يَتَعَارَفُونَ بَيْنَهُمْ ۚ قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ وَمَا كَان...