Posts

Showing posts with the label ⚫Part-140(06:160-165)TenTimesForGoodDeeds.MuhammadFollowedIbrahimMillat.NoneBearsTheLoadOfAnother

⚫ Al-An'am[Part-140(06:160-165)]

Part-140(6:160-165) 📘 https://youtu.be/NrD-nEUH16Q #MUKTABULHUSSAIN THE VIDEO . 📘মিনি সূচিঃPart-140(6:160-165) 6:160{যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব} 6:161-163{Allah's Command to Muhammad (a:s:)"তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ) অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।"-See Explained Note} 6:164(প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব) 6:165(Nations determine their own condition and destiny according to the laws of Rise and Fall) . 📘৬:১৬০ مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ عَشْرُ أَمْثَالِهَا ۖ وَمَنْ جَاءَ بِالسَّيِّئَةِ فَلَا يُجْزَىٰ إِلَّا مِثْلَهَا وَهُمْ لَا يُظْلَمُونَ যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল সেই অনুপাতেই প্ৰতিদান দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব। . [6:160] Whoever (Man) comes (Jaa'a) with (Bi) a good deed (El'Hasanati), thence (Fa) he will have (Lahu)ten times (Åsh'ru) the likes of it (Am'thaali-ha), and whoever (Wam...