Posts

Showing posts with the label 🌀🌕007PTN(Al-Aa'raf)

🌀🟡POINTS TO BE NOTED:141(7:1-206)-Al-Aa'raf

🧿141-মিনি সূচিঃPart-141(07:01-09) 👈fb আগকথাতঃ এই ছুৰাটো এই জীৱনৰ বাবে প্রযোজ্য। 7:1(হুৰুফ মুক্কাতাট-See note) 7:2-3{ৰছুলে কেৱল কোৰআনৰ দ্বাৰা মানুহক সতৰ্ক কৰিছিল।)(আমাৰ প্ৰতি আল্লাহৰ হুকুম হৈছে, কোৰআন অনুসৰণ কৰা আৰু আল্লাহৰ বাহিৰে আন কাকো অভিভাৱক(আউলিয়া)ৰূপে অনুসৰণ নকৰিবা} 7:8{শেষ বিচাৰত যাৰ তৰ্জুসমূহ গধুৰ হ’ব(with good deeds per Quran)সফলতা অৰ্জন কৰিব-Note} 7:9(যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে কোৰআনৰ প্ৰতি অন্যায় কৰিছিল-২৫:৩০). ++ 🧿142-মিনি সূচিঃPart-142(7:10-20) 👈fb 7:10(Being grateful is not only verbal thanks) 7:11(7:11-22 ইবলীছৰ বিষয়ে)(ইবলীছে আদমক ছাজদাহ নকৰিলে👉অকৃতজ্ঞতাই দেশত বিশৃঙ্খলাৰ সৃষ্টি কৰে। ইয়াক  আদমৰ উদাহৰণৰ দ্বাৰা চিত্রিত কৰা হৈছে-See note) 7:12-13(The criterion of honor is not lineage, color, caste or nation. It is nothing but good conduct-See note) 7:16(পথভ্ৰষ্ট কৰাৰ কাৰণে চয়তান অৱশ্যে সৰল পথত মানুহৰ বাবে ৰৈ থাকে-note) 7:17-18(মানুহৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে ইবলীছৰ অনুসৰণ কৰিলে-See note) 7:19-20(Contrary to the popular belie...