Posts

Showing posts with the label 1️⃣6️⃣Part-256(16:93-102)Al-Nahl

1️⃣6️⃣Part-256(16:93-102)Al-Nahl(The Bee)

Part-256(16:93-102)Al-Nahl(The Bee) ⬛ https://youtu.be/MtSq4_3--zE (Word by word meaning: Go bottom). ।।।। 🏕️মিনি সূচিঃPart-256(16:93-102) 16:93[তেওঁ যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে।(A common error of translation: “God sends astray whom He wills and guides whom He wills.” In that case, the very revelations of God come into question! If straying and guidance solely depended on God’s will, no person could be held accountable for his deeds. In fact, God shows the right path and lets people make free choices.  2:256, 4:88, 18:29)] (✔️সেইদিনা কোৰআনতৰ বিষয়ে সোধ-পোছ কৰা হ’ব) 16:94(Violating Your Oath: A Serious Offense. see 16:91) 16:98(অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা) 16:99(ঈমানদাৰৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।) 16:100(মুশ্বৰিকৰ অভিভাৱক চয়তান) 16:101(abrogation-link) 16:102(কোৰআন হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শ...