🟤Al-Anfãl[Part-164(08:04-13)]
Part-164(08:04-13)Al-Anfãl 🟥 https://youtu.be/5TtEYb3Qc4w #muktabulhussain video . 🟥মিনি সূচিঃPart-164(08:04-13) 8:2-4(The True Believers-see note) 8:5(The Weak Believers-Note) 8-6-8(It was Allah s plan that the Momineen should have an open confrontation with their enemies so that the truth of the Divine system should be established) 8:9-10(The Invisible Soldiers of God)(Victory Guaranteed for the Believers-Note) 8:11(দুখৰ পিছত আল্লাহে তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে,-Note) 8:12-13(আক্রমণাত্মক শত্রুৰ বিৰুদ্ধে মানুহক ৰক্ষা কৰা) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟥৮:৪ أُولَٰئِكَ هُمُ الْمُؤْمِنُونَ حَقًّا ۚ لَهُمْ دَرَجَاتٌ عِنْدَ رَبِّهِمْ وَمَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ তেওঁলোকেই প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদাসমূহ, ক্ষমা আৰু সন্মানজনক জীৱিকা। . [8:4] Those (U'laaika) are (Humu) the true (Haqqan) believers (El'Mu'minuuna); for them (La...