🟦Part-281(18:102-110)Al-Kahf(The Cave)
🔵Part-281(18:102-110)Al-Kahf(The Cave) 🔵https://youtu.be/NMjHPEnUeko ।।। 🔵মিনি সূচিঃPart-281(18:102-110)Al-Kahf 18:102✅(ref: সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে-See imp verse/note)(The Quran warns very strongly against setting up God's messengers as idols) 18:103-104✅(102 নংত কোৱা কথাবোৰৰ মাজত আপুনিও নেকি? নিজে নিজক পৰীক্ষা কৰক) 18:104-105✅✅(ref-link: Will the righteous disbelievers go to Hell?) 18:107-108✅(Verse/Note:ঈমান আনিছে✈️ আৰু সৎকৰ্ম কৰিছে-link) 18:109✅Link:[(লাখ লাখ মুছলমান কেনেকৈ সম্পূৰ্ণৰূপে সচেতন বা চিন্তিত নহয় কিয়?)(✅Quran: All you need for Salvation (পৰিত্ৰাণ)] 18:110✅(The Quranic word 'Al-Ebadah' means the act of worship) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟥১৮:১০২ أَفَحَسِبَ الَّذِينَ كَفَرُوا أَنْ يَتَّخِذُوا عِبَادِي مِنْ دُونِي أَوْلِيَاءَ ۚ إِنَّا أَعْتَدْنَا جَهَنَّمَ لِلْكَافِرِينَ نُزُلًا যিসকলে কুফৰী ...