🌗At-Tawbah[Part-172(09:01-05)]
Part-172(09:01-05)At-Tawbah (The Repentance) 🔲 https://youtu.be/ckit9_iyUSY Video- #muktabulhussain . 🔲মিনি সূচিঃPart-172(09:01-05) 👉কিছু কথাঃ(Why does Surah Taubah start without Bismillah?) 9:1(Obey Allah and his messenger-see note) 9:2(Violated the peace treaties-Notes) 9:3(Azaan for Hajj)(The Quran does not promote war, but encourages us to stand against aggressors on the side of peace and justice. War is permitted only in self-defens-Read v sp note) 9:4-5[(agreement with messenger among the polytheists)(“Verse of Sword” presenting it out of context)-See Notes] ।।। 🔲কিছু কথাঃ এই ছুৰা কোৰআনৰ নৱম ছুৰা। ইয়াত ১২৯টা আয়াত আছে। একমাত্র সত্য কেৱল আল্লাহ। তেওঁৰ লগত বা তেওঁৰ কোনো বিষয়কে আনৰ লগত শ্বৰীক কৰাৰ পৰা বিৰত থাকিব লাগিব। এই আদেশ ইবাদত, আনুগত্য আৰু আইন প্রদানৰ ক্ষেত্রত প্রযোজ্য। আল্লাহৰ লগত অংশীদাৰ নির্ধাৰণ কৰাক তেওঁক বিৰক্ত নকৰে। বিক্ষুব্ধ(upset) বোধ কৰাৰ বাবে তেওঁ অত্যন্ত উচ্চ আৰু মহিমান্বিত। শ্বিৰ্কে আমাৰ নিজৰহে ক্ষতি কৰে। ।। এই ছুৰাৰ আগত বিছ...