🌗Part-188(9:119-129)At-Tawbah(End)
Part-188(9:119-129)At-Tawbah(end) 🔲 https://youtu.be/3htWXJQCjfE Video #muktabulhussain . ⏰মিনি সূচিঃPart-188(9:119-129)(end) 9:122(The Importance of Religious Education-Note) 9:123(For the general circumstances in which fight is permitted-Note)(2:256-No Compulsion in Religion/Freedom) 9:124(Conspiracy of Hypocrites Increases Only Impurity-Note) 9:125(ref- কোৰআন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতি) 9:126(Hypocrites suffer Afflictions) 9:127(আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিয়ে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই-Note) 9:128(rer-যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় সিহঁতেই ঘোৰ বিভ্ৰান্তিত নিপতিত) 9:129(‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু তেওঁ মহা আৰছৰ ৰব’) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔲৯:১১৯ يَا أَيُّهَا الَّذِينَ آمَنُوا ✔️اتَّقُوا اللَّهَ وَكُونُوا مَعَ الصَّادِقِينَ হে মুমিনসকল! তোমা...