🌗At-Tawbah[Part-183(09:86-96)]
Part-183(9:86-96)At-Tawbah 🌎 https://youtu.be/3AEueveIBoc Video of #muktabulhussa . 🌉মিনি সূচিঃPart-183(9:86-96) 9:96(Admonishing Those Who did not join the Jihad -Note) 9:87(সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়) 9:88-89(True Believers are Eager to Strive)(That is the signal victory) 9:91(Legitimate Excuses for staying away from Jihad)(Handicapped People Are Protected) 9:94-95(Hard Times Serve to Expose the Hypocrites) ।।। 🌎৯:৮৬ وَإِذَا أُنْزِلَتْ سُورَةٌ أَنْ آمِنُوا بِاللَّهِ وَجَاهِدُوا مَعَ رَسُولِهِ اسْتَأْذَنَكَ أُولُو الطَّوْلِ مِنْهُمْ وَقَالُوا ذَرْنَا نَكُنْ مَعَ الْقَاعِدِينَ আল্লাহৰ প্ৰতি ঈমান আনা আৰু ৰাছুলৰ সঙ্গী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজত যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰত আহি অব্যাহতি বিচাৰে আৰু কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’। . [9:86] And (Wa) when (Izaa) a chapter (Suuratun) was revealed (Unzilat') that (An'), "Believe (Aaminu') in GOD (Billahi) and ...