Posts

Showing posts with the label 🎁PART-283(19:16-26)Maryam

🎁PART-283(19:16-26)Maryam(Mary)

🟪PART-283(19:16-26)Maryam(Mary) 🟪VIDEO muktabul: https://youtu.be/dXp2b4mMWDY ।।। 🟪Assume Section: Mary and Jesus (Verses 19:16–19:40) ।।। 🟪এই খণ্ডৰ আগ-কথা: Part-283(19:16-26) আৰু 284(18:27-36) এই দুয়োটা খণ্ড একেলগে বিশ্লেষণ কৰিলেহে আচল কথাবোৰ বুজাত সুবিধা হব। ।।ঈছাৰ(আ:ছা:) জন্মতত্ব এক অলৌকিক।। ।।। খৃষ্টানসকলৰ মতে যীছু গড'ৰ পুত্ৰ। কোৰআনে স্পষ্ট কৰিছে, তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই(১১২:৩)। খৃষ্টানসকলে ডিছেম্বৰত তেওঁৰ জন্মদিন পাতে, কিন্তু বাইবেল আৰু কোৰআনে ইয়াক নাকচ কৰিছে (টোকা-১৮:২৫)। . ঈছাৰ(আ:ছা:) সম্পূৰ্ণ জীৱন আৰু কৰ্মৰাজি এক মিৰাকল। ইয়াৰ আঁৰত আল্লাহৰ "কুন ফায়াকুন"  (১৯:৩৫)। ....... READ MORE, CLICK THE LINK: https://ahsana3923.blogspot.com/2022/06/blog-post_29.html ।।। 🟢১৯:১৬ وَاذْكُرْ فِي الْكِتَابِ مَرْيَمَ إِذِ انْتَبَذَتْ مِنْ أَهْلِهَا مَكَانًا شَرْقِيًّا আৰু স্মৰণ কৰা এই কিতাবত মাৰইয়ামক, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় লৈছিল, . 🟢১৯:১৭ فَاتَّخَذَتْ مِنْ دُونِهِمْ حِجَابًا فَأَرْسَلْنَا إِلَيْهَا ر...