🔵 Al-Maidah[Part-112(05:60-66)]
Part-112-(5:60-66) 🔵https://youtu.be/12D6tjI-Orc (#muktabulhussain) . 🔵 Today's Remarks: They-(Jew,Chri) Must Believe in This Quran. আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে অৱশ্যে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা আহাৰাদী লাভ কৰিলেহেঁতেন।5:66 . 🔵মিনি সূচিঃPart-112-(5:60-66) 5:61(Sinful, Hateful, Greedy, and yet Self-Righteous). 5:63(Beware of Religious Scholars and Leaders Who Exploit In God's Name)(A great many religious leaders, rabbis, priests, monks, Mullahs, yogis, and mystics devour the wealth of people deceptively, and hinder them from the way of God 9:34*) 5:64(Blaspheming Against God) 5:65(Salvation For Jews and Christians) 5:66{They-(J,C) Must Believe in This Quran} . (🧿টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক🧿) 🔵৫:৬০ قُلْ هَلْ أُنَبِّئُكُمْ بِشَرٍّ مِنْ ذَٰلِكَ مَثُوبَةً عِن...