🟤Al-Anfãl[Part-166(08:23-31)]
Part-166(8:23-31)Al-Anfãl 🟪 https://youtu.be/8IAP2yMHkBw #muktabulhussain video 🟪আজিৰ শ্লোগানঃ "কোৰআন বুজি পঢ়ক, জীৱন গঢ়ক" . 🟪মিনি সূচিঃPart-166(8:23-31) 8:23(The perceptual and conceptual faculties, both must be used for understanding and attaining guidance)(যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা) 8:24(আল্লাহৰ নির্দেশনা(guidance) মানুহক নিজৰ বেয়া কামনা-বাসনাৰ পৰা বিৰত ৰাখিব পাৰে আৰু তেওঁলোকক সঠিক পথলৈ লৈযাব পাৰে।) 8:25(তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা,) 8:27(তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা-See note) 8:28(ধন-সম্পদ আৰু সন্তান-সন্ততি এটা পৰীক্ষা-See Note ref) 8:29(কোৰআন 👉ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব যদি তাক্বৱা অৱলম্বন কৰা-see reference) 8:30(God Protects His Messenger)(আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী।) 8:31(সিহঁতৰ কাণত আছে বধিৰতা। যদি গোটেই আয়াতো সিহঁতে প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান নানিব। -Note) ।।। 🟧৮:২৩ وَلَوْ عَلِمَ اللَّهُ فِيهِمْ خَيْرًا لَأَسْمَعَهُمْ ۖ وَلَوْ أَسْمَعَهُمْ لَتَوَلَّوْ...