🟢Al-Baqarah[Part-28(2:211-216)]
28(2:211-216) Muktabul.Qura.Lecture: https://m.youtube.com/watch?v=UxLwDqETe4E#dialog . Syedraf.analysis⬇️ (অসমীয়া অনুবাদ যেনেকৈ পাইছো তেনেকৈ দিয়া হৈছে। তলৰ বিশ্লেষণ চাব।) 🔴২:২১১ سَلْ بَنِي إِسْرَائِيلَ كَمْ آتَيْنَاهُمْ مِنْ آيَةٍ بَيِّنَةٍ ۗ وَمَنْ يُبَدِّلْ نِعْمَةَ اللَّهِ مِنْ بَعْدِ مَا جَاءَتْهُ فَإِنَّ اللَّهَ شَدِيدُ الْعِقَابِ ইছৰাঈলৰ বংশধৰসকলক সুধি চোৱা, আমি সিহঁতক কিমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো! আৰু আল্লাহৰ অনুগ্ৰহ অহাৰ পিছত কোনোবাই তাক পৰিবৰ্তন কৰিলে তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। . [2:211] Ask (Sal') the Children of Israel (Banii Is'raa'illa) how many (Kam') a (Min') sign (miracle) (Aayati) as proof (Bayyinatin) have We given them (Aatai'naa-hum)? But (Wa) whoever (Man) changes (Yubaddil') the blessing of GOD (Ni'mata-llahi) after (Min Ba'di) what (Maa) has come to him (Jaa'at'hu), then (Fa) indeed, GOD (Innallaha) is severe (Shadiidu) in penalty (El'Eqaab). . 📍Note: The Quran's miracle is a gr...