1️⃣6️⃣Part-254(16:77-83)Al-Nahl(The Bee)
Part-254(16:77-83)Al-Nahl(The Bee) ⬛ https://youtu.be/Du9WACMA_dU (Word by word meaning: Go bottom). ।।।। 🏕️মিনি সূচিঃPart-254(16:77-83)Al-Nahl 16:77(আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। 16:78(You must give thanks by using your faculties) 16:79(It is God Who has designed the law) 16:82(ৰছুলৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে ৱহী মানুহৰ মাজত পৌছাই দিয়া-১৩:৪০) 16:83(অবিশ্বাসীসকল অকৃতজ্ঞ) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟨১৬:৭৭ وَلِلَّهِ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَمَا أَمْرُ السَّاعَةِ إِلَّا كَلَمْحِ الْبَصَرِ أَوْ هُوَ أَقْرَبُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ আকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। . 📍Verse/Note: 16:77 And* , God's [alone] is the knowledge of the hidden reality of the heavens and the earth.** ...