⚫ Al-An'am[Part-130(06:91-94)]
Part-130(6:91-94) 🌇 https://youtu.be/5PWhuXUA-Fo (#muktabulhussain) . 🌇মিনি সূচিঃPart-130(6:91-94) 6:91(God's Messages to the World) 6:92(আল্লাহে অৱতীৰ্ণ কৰিছে কোৰআন, যিখন ইয়াৰ আগৰ সকলো কিতাবৰ✔️ সত্যায়নকাৰী -confirming what was before it-See Note) 6:93(যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰত অহী আহে’, অথচ তাৰ ওচৰত একোৱেই অহী কৰা নহয় তেওঁলোকেই যালিয।) 6:94(Don't Expect to be Saved by an Intercessor- See clear Note) . 🌇৬:৯১(God's Messages to the World). وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছ...