🟩Part-258(17:01-10)Banî Israel (The Children Of Israel)
Part-258(17:01-10)Banî Israel (The Children Of Israel) ⬛ https://youtu.be/AAF6STuiyNE (Word by word meaning: Go bottom). ।।। ⬛আগকথাঃ এই ছুৰাটোৰ প্ৰথম আয়াত আৰু ছুৰা-নজমৰ লগত সংযোগ ঘটাই "ইছৰা আৰু মিৰাজ" নামেৰে বৰ্তমান তথাকথিত মুছলিম সমাজক গুমৰাহ কৰি আহিছে। . এই ছুৰাৰ ১৭:১নং আয়াতটো "ইছৰা"ৰ আল- মাছজিদুল আক্বছাৰ লগত সন্মন্ধ। তাতো ঘোটালা। এই মছজিদ জেৰুজালেমত নহয়, মদিনাত। এই বিষয়ে এই খণ্ডৰ মুক্তাবুল হুছেইন চাহেবৰ প্ৰায় আধা সময় ভিডিঅ'ত সুন্দৰ ভাৱে বিশ্লেষণ কৰিছে। চাব। বাকী "মিৰাজ"ৰ বিষয়ে কি কৰিছে তাক ছুৰা-নজমৰ খণ্ডটো আহি পালে পূৰা ধুই পেলোৱা হ'ব। ।।। ছালাত আৰু নামাজৰ মাজত পাৰ্থক্য আছে। পাচ ৱক্ত নামাজ মিৰাজৰ পৰা বনাইছে; কিন্তু পাচ ৱক্ত ছালাত নাই। নামাজ তথাকথিত হাদিস সৃষ্টিকাৰীয়ে বনাইছে যাক কোৰআনত বিচাৰি পাবলৈ নাই। তলৰ সৰু ভিডিঅ'টো চাওঁক: https://www.facebook.com/ReferToQuranalone/videos/595386658375073/ ।।। কোৰআনৰ ছালাত কি তাক যোৱা খণ্ডৰ ১৬:১২৩ আয়াতৰ টোকাত চমুকৈ কোৱা হৈছে,চাব পাৰে, লিংক: https://m.facebook.com/story.php?story_fbid=2592423607...