Posts

Showing posts with the label 🌗Part-176(09:28-33)

🌗At-Tawbah[Part-176(09:28-33)]

Part-176(9:28-33)At-Tawbah 🗂️ https://youtu.be/JtVeGDcfWDc Videro #muktabulhussain . 🟥মিনি সূচিঃPart-176(09:28-33) 9:28(Idolators are no longer allowed into Al-Masjid Al-Haram) [যুদ্ধ(قَاتِلُو=Not war)=(তর্ক/যুদ্ধ-contend/fight)reference 9:36] 9:29(👉Jizyah(যুদ্ধৰ ক্ষতিপূৰণ) = War Reparations, Damages to be paid by the aggressors, and not any kind of ‘tribute or tax’ as generally but erroneously translated) 9:30(Do Not Accept Religious Leaders As Authorities Besides God) 9:31(আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ) 9:32(সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে নিজ জ্যোতিক পূৰ্ণতাদানকাৰী।)(People of the Scriptures try to extinguish the Light of Islam -Note) 9:33(আল্লাহে ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীনসহ সকলো দ্বীনৰ ওপৰত তেওঁক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ ...