Posts

Showing posts with the label 🎯Part-211(11:69-81)Hud

🎯Part-211(11:69-81)Hud

PART-211(11:69-81)HUD 🟣 https://youtu.be/O983vE6-iYQ #MUKTABULHUSSAIN video 24.03.2022 . 🏕️মিনি সূচিঃPART-211(11:69-81)HUD [Abraham and Lot (Verses 11:69–11:83)] 11:71-73(বৃদ্ধ ইব্ৰাহিম(আ:ছা:) আৰু তেওঁৰ বৃদ্ধা স্ত্ৰীলৈ দুই ফিৰিস্তাৰ ইছহাক্বৰ আৰু ইছহাক্বৰ পৰৱৰ্তী ইয়াকূবৰ সুসংবাদ) 11:73[নবীৰ পৰিয়াল🌀the People of the House🌀 (33:33🌀) (Ah'lal' Bai'ti)](✅Note- Muhammed's wives had their separate income and wealth- This point at 33:33 will be discussed in due time)] 11:75(ইব্ৰাহীম(আ:ছা:) অত্যন্ত সহনশীল, কোমল হৃদয়ৰ অধিকাৰী, সদায় আল্লাহ অভিমুখী আছিল। 11:77✅(Homosexual Aggression is Condemned) 11:81✅(নূহৰ(আ:ছা:) স্ত্ৰী আৰু লূতৰ(আ:ছা:) স্ত্ৰীয়ে  দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ নূহ আৰু লূত সিহঁতৰ কোনো কামত নাহিল, আৰু সিহঁতক  জাহান্নামত প্ৰৱেশ কৰোৱা হ'ল-See Note)(see ref 11:74 at 29:32) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰত...