Posts

Showing posts with the label 🟢Part-10(2:83-89)

🟢Al-Baqarah[Part-10(2:83-89)]

❤️Part-10.Video.Muktabul(2:83-89)=  https://youtu.be/lGRMbzor5iM Reloaded on Oct/2022 Ori.9-Oct/2021 . ⬇️⬇️⬇️ . 🟣২:৮৩(ইছৰাইলৰ সন্তানসকলৰ লগত চুক্তি): وَإِذْ أَخَذْنَا مِيثَاقَ بَنِي إِسْرَائِيلَ لَا تَعْبُدُونَ إِلَّا اللَّهَ وَبِالْوَالِدَيْنِ إِحْسَانًا وَذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَقُولُوا لِلنَّاسِ حُسْنًا وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ ثُمَّ تَوَلَّيْتُمْ إِلَّا قَلِيلًا مِنْكُمْ وَأَنْتُمْ مُعْرِضُونَ আৰু স্মৰণ কৰা, যেতিয়া আমি ইছৰাঈলৰ সন্তানসকলৰ প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ , আত্মীয়-স্বজন, এতীম আৰু মিছকীনৰ (দৰিদ্ৰৰ) সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা  আৰু 📍চালাত প্ৰতিষ্ঠা কৰিবা আৰু 📍যাকাত প্ৰদান কৰিবা, তাৰ পিছত তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে  সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল। . [2:83] And (Wa) when (Iz') We took (Akhaz'naa) a covenant (Miithaaqa) with the Children of Israel (Banii Is'raa'iila), "Do not (Laa) worship (Ta'buduuna) except (illa) GOD (...