Posts

Showing posts with the label 🔴Part-72(4:1-6)

🔴An-Nisa[Part-72(4:1-6)]

🔴Part-72(4:1-6)-An-Nisa 💙 https://youtu.be/h5PI-0WdXRM (muktabulhussain) . 👉আন-নিছাৰ প্রাক-পৃষ্ঠাঃ শ্ৰদ্ধেয় মুক্তাবুল হুছেইন চাহাবৰ ৭২তম অসমীয়া গবেষণামূলক কোৰআন অনুবাদৰ ছুৰা হৈছে "আন-নিছা"। তেখেতৰ অনুবাদৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি তেখেতৰ অনুমতিসাপেক্ষে আমিও অনুসন্ধানমূলক কামবোৰ আগুৱাই নিছো। ।।।। ইতিমধ্যে দীঘল দুটা ছুৰাৰ সমাপ্তি ঘটিছে। ভালকৈ মন কৰিলে দেখিবযে দুয়োটা অনুবাদৰ  অৰ্থাৎ  "গবেষণামূলক কোৰআন অনুবাদ" আৰু "অনুসন্ধানমূলক কোৰআন লিখনি"ত কোনো ধৰণৰ তথা-কথিত হাদিসৰ প্ৰভাৱ নাই/শূণ্য। ই হৈছে নবী মহম্মদৰ (আঃছাঃ) ওপৰত অৱতীৰ্ণ ৱহীৰ(কোৰআন) বাস্তৱায়িত য'ত কোৱা হৈছে, কোৰআনে নিজেই নিজৰ তফছিৰ(ব্যাখ্যা) কৰে (কোৰআন-৬:৬৫, ১০:৩৭, ১৬:৮৯,২৫:৩৩)।  সাধাৰণতে যিকোনো ভাষাৰেই নহওঁক কিয় প্ৰত্যেকখন কোৰআন তফছিৰৰ কিতাপ অথবা ইণ্টাৰনেটত ছুৰাবোৰ মক্কা নে মদিনাত নাজিল হৈছিল ওপৰত লিখা থাকে। আৰু প্ৰত্যেক ছুৰাৰ আৰম্ভণিতে ছুৰাটোৰ বেকগ্ৰাউণ্ড ইতিহাস অৰ্থাৎ শান-ই-নুযূল লিখা থাকে। এইবিলাক কিন্তু কোৰআনৰ ভিতৰৰ বস্তু নহ‌য়। ই‌য়াক মানুহৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিবলৈ লিখা কথা। কোনো নির...