🌀🍒20মিনি সূচিঃPart-290(20:1-14)Tã Hã
🍒290-মিনি সূচিঃPart-290(20:1-14)Tã Hã Pre-Page (আগ-কথা): 20:1[ত্বা-হা✔️(হুৰুফ মুক্কাতাট)-See note] 20:2(দুখ-কষ্টত পতিতৰ বাবে এই কোৰআন অৱতীৰ্ণ কৰা হোৱা নাই-see ref) 20:5-6(Allah-swt maintains Supreme Control over all that He has created)(All things in the Universe follow His laws). 20:7(Allah knows not only man's unspoken, conscious thoughts but also all that goes on within his subconscious self) 20:8(ref:তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই।) 20:12(Musa-a.s. in the sacred valley of Tuwa) . 🍒291-মিনি সূচিঃPart-291(20-15-30)Tã Hã 20:15(The Time of the End is Hinted) 20:17-21(মুছা আ:ছা: লাঠিদাল সাপ হ'ল -Note) 20:22(মুছাই আ;ছা: হাতখন কাষলতিত ৰাখিলত,বৰণ সলনি হ'ল - ১৭-২৩=আল্লাহৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱালে।) 20:25-28(Dua-মুছাই-আ:ছা: বাকপটুতাৰ বাবে প্ৰাৰ্থনা কৰে আৰু ফেৰাউনক সম্বোধন কৰে) 20:29-30(আল্লাহে মুছাৰ আ:ছা:লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী কৰি দিছিলে।) . 🍒292-মিনি সূচিঃPart-292(20:31-52)Tã Hã 20:31-36(আল্লাহে মুছাৰ আ:ছা:লগ...