🕋PART-238(14:26-34)Ibrahim
PART-238(14:26-34)Ibrahim 🟩 https://youtu.be/DJluHzwpXvQ (WORD BY WORD MEANING-SEE BOTTOM) ।।।। 🏕️মিনি সূচিঃPART-238(14:26-34)Ibrahim 14:25-26[(Kalima)Tayyab and Khabees, good and bad words] 14:27(Allah keeps the Believers Firm in This Life and in the Hereafter with a Word that stands Firm) 14:30(✅ref: মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক আল্লাহৰ দৰেই ভাল পায়; সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন) 14:31(Spend [in God's way], secretly and openly, ere there come a Day when there will be no bargaining-See note) 14:32(Describing Some of Allah's Tremendous Favors) 14:33(তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟦১৪:২৬ وَمَثَلُ كَلِمَةٍ خَبِيثَةٍ كَشَجَرَةٍ خَبِيثَةٍ اجْتُثَّتْ مِنْ فَوْقِ الْأَرْضِ مَا لَهَا مِنْ قَرَارٍ আৰু অসৎ বাক্যৰ তুলনা এডাল বেয়া গছৰ দৰে, যাৰ মূল ভূপৃ...