🌕Al-Aa'raf[Part-143(07:21-29)]
Part-143(7:21-29)Al-Aa'raf https://youtu.be/LVpCqkjSHCg #muktabulhussain . 🟦মিনি সূচিঃPart-143(7:21-29) 7:21(মিছাকৈ চয়তানে আদম আৰু লগৰীক শুভাকাংক্ষীসকলৰ এজন বুলি ক'লে) 7:22(আদম, জন্নতি গছ আৰু পাত -Note) 7:23(Repentance Dua: ظَلَمْنَا أَنْفُسَنَا وَإِنْ لَمْ تَغْفِرْ لَنَا وَتَرْحَمْنَا لَنَكُونَنَّ مِنَ الْ) 7:24-26(আদমৰ নফচৰ(self desires) ভুলৰ বাবে আল্লাহে পৃথিৱীলৈ পঠিয়ালে) 7:27(আদম আৰু লগৰী বিবস্ত্ৰৰ অৰ্থ-note) 7:29(তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁকেই আহ্বান কৰা) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟦৭:২১ وَقَاسَمَهُمَا إِنِّي لَكُمَا لَمِنَ النَّاصِحِينَ আৰু সি সিহঁত উভয়ৰ ওচৰত শপত কৰি ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’। . [7:21] And (Wa) he (the devil) swore to them both (Qaasama-humaa), "Indeed, I am (Innii) of (Lamina) the advisers (En'Naasihiin) to you (Lakuma...