⚫ Al-An'am[Part-122(06:07-20)]
Part-122(6:07-20)ছুৰা:আল-আন'আম 🌈 https://youtu.be/vEHjHmt2iRM (#muktabulhussain) . 🌈মিনি সূচিঃPart-122(6:07-20)আল-আন'আম ৬:৭(আকাশৰ পৰা চিধাই কোৰআনখন আহি যোৱা হলেও কাফিৰে বিশ্বাস নকৰি ক'ব,ই যাদু-নোট) ৬:৮-৯(মানুহে দেখাকৈ ফিৰিস্তা আল্লাহে নপথাই, পথালে শেষ বিচাৰ আৰম্ভ হৈ যাব) ৬:১১( মিছলীয়াৰ পৰিনাম বৰ বেয়া) ৬:১২(আল্লাহে নিজৰ ওপৰত 'দয়াক'🦋 কৰ্তব্য হিচাপে লিখি লৈছে-নোট) ৩:১৪{পেগন কোৰেইছসকলৰ মাজত মহম্মদেই (আ:ছা:) প্ৰথম ইছলাম/মুছলিম আছিল-নোট} ৬:১৫(কোৱা(ম:), ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো’) ৬:১৭(আল্লাহে যদি বিপদ দিয়ে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও তাক দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কল্যাণ কৰে তাক কোনেও ৰোধিব নোৱাৰে) ৬:১৯(মহম্মদে (আ:ছা:) কেৱল কোৰআনৰ দ্বাৰা মানুহক সতৰ্ক কৰিছিল) ।।।। 🌈৬:৭ وَلَوْ نَزَّلْنَا عَلَيْكَ كِتَابًا فِي قِرْطَاسٍ فَلَمَسُوهُ بِأَيْدِيهِمْ لَقَالَ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখা কিতাপো অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেয়া হাতেৰে স্পৰ্শ...