⚫ Al-An'am[Part-131(06:95-100)]
Part-131(6:95-100) 🔮 https://youtu.be/5LXOXN9vb38 (#muktabulhussain) . 🔮মিনি সূচিঃPart-131(6:95-100) 6:95(Greatness of God)(তেৱেঁই আল্লাহ, এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?) 6:96(তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে , যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা।) 6:97(আল্লাহে তাৰকামণ্ডল সৃষ্টি কৰিছে,নিশ্চয় জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰা হৈছে।) 6:98(আল্লাহে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছে। প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।) 6:99(তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে এইবোৰৰ মাজত নিদৰ্শনাৱলী।তথাপিও আনসকলে ঈমান পোষণ নকৰিব নে? 6:100(The term ‘Jinn’ is often misunderstood...Read more in notes) . 🔮৬:৯৫ ۞ إِنَّ اللَّهَ فَالِقُ الْحَبِّ وَالنَّوَىٰ ۖ يُخْرِجُ الْحَيَّ مِنَ الْمَيِّتِ وَمُخْرِجُ الْمَيِّتِ مِنَ الْحَيِّ ۚ ذَٰلِكُمُ اللَّهُ ۖ فَأَنَّىٰ تُؤْفَكُونَ নিশ্চয় আল্লাহে শস্য-বীজ আৰু গুটি বিদীৰ্ণকাৰী, তেৱেঁই প্ৰাণহীনৰ পৰা জীৱন্তক উলিয়াই আনে আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেৱেঁই আল্লাহ, এতেকে তোমালোকক...