Posts

Showing posts with the label 🎯Part-210(11:61-68)Hud

🎯Part-210(11:61-68)Hud

PART-210(11:61-68)HUD #MUKTABULHUSSAIN VIDEO: 🟢 https://youtu.be/vzv9fYBEuxs (আল্লাহে ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ চলেহক প্ৰেৰণ কৰিছিল). . 🏕️মিনি সূচিঃPART-210(11:61-68)HUD {History of Salih (Verses 11:61–11:68)}. (Saaleh: One and the Same Message). 11:61(আল্লাহে ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ চলেহক প্ৰেৰণ কৰিছিল-Note) 11:62((The Conversation between Salih and the People of Thamud) 11:63✅(ref-আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে) 11:64✅(This verse along with 55:10  pronounces one of the most revolutionary concepts of the Qur’an. ✅The land is owned by none but God and must be open for all His creation as a means of sustenance -Note) 11:66-68(ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟢১১:৬১ ۞ وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۚ قَالَ يَا قَوْم...