🟥খণ্ডঃ-২২০(১২:২৬-৩৫)ইউছুফ
খণ্ডঃ-২২০(১২:২৬-৩৫)ইউছুফ(Joseph) ফেঃবুঃ/ব্লগঃ বিশ্লেষণাত্মক কোৰআন চৰ্চা ইউটিউবঃ একমাত্ৰ পথ ⬛(https://youtu.be/eCHv1Y2ZyZM) ।।। 🏕️মিনি সূচিঃখণ্ডঃ-২২০(১২:২৬-৩৫)ইউছুফ 12:26(ইউছুফে ক’লে, ‘এওঁহে মোক কুপ্ৰৰোচনা দিছে’।) 12:27(যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা থাকে তেন্তে মহিলাগৰাকী মিছলীয়া) 12:28(নাৰীসকলৰ ছলনা, নিশ্চয় তোমালোকৰ ছলনা অতি সাংঘাতিক’।) 12:31(Physical Attraction)(the word "qatta'a" is used. 5:38 is to cause a cut/mark and not to sever-Note) 11:32(The women made up allegations against him) 12:33(ইউছুফে ক’লে, ‘হে মোৰ ৰব! এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশাল মোৰ ওচৰত বেছি প্ৰিয়।) 12:34 (His Lord heard his prayer) 12:35(Yusuf is imprisoned without Justification) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ⬛১২:২৬ قَالَ هِيَ رَاوَدَتْنِي عَنْ نَفْسِي ۚ وَشَهِدَ شَاهِدٌ مِنْ أَهْلِهَا إِنْ كَانَ قَمِيصُهُ قُدَّ مِنْ قُبُلٍ فَصَدَقَتْ وَهُوَ مِنَ الْكَاذِبِينَ ইউছুফে ক’লে, ‘...