Posts

Showing posts with the label 🌗Part-185(9:105-110)

🌗Part-185(9:105-110)At-Tawbah

Part-185(9:105-110)At-Tawbah ✅ https://youtu.be/xPRhPGbcECg #muktabulhussain . ⏰মিনি সূচিঃPart-185(9:105-110) 9:105(Warning the Disobedient) 9:106(Judgement day-waiting for God's decision; either He will punish them, or He will pardon them) 9:107-108(Masjids that Oppose God and His Messenger-Note)(Do Not Pray in Those Masjids) 9:109-110✔️(Difference between,Who has established his building At-Taqwa and building on an edge  of a collapsing cliff-যি ব্যক্তিয়ে তাৰ ঘৰৰ ভেঁটি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰে সি উত্তম, নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভেঁটি স্থাপন কৰে খহি পৰিব ধৰা গৰাৰ কাষত?)  ।।। ✅৯:১০৫(Warning the Disobedient) وَقُلِ اعْمَلُوا فَسَيَرَى اللَّهُ عَمَلَكُمْ وَرَسُولُهُ وَالْمُؤْمِنُونَ ۖ وَسَتُرَدُّونَ إِلَىٰ عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও। অনতিপলমে তোমালোকক ওভোতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্যৰ জ্ঞানীৰ ওচৰত; অৱশেষত তেৱে...