🔵 Al-Maidah[Part-100(5:1-3)]
Part-100(05:01-03) 🌏 https://youtu.be/d7Lovpy9MhQ (#muktabulhussain) . 🌎আজিৰ-মন্তব্যঃ "আল-মায়িদাহ"ত গুৰুত্বপূর্ণ খাদ্যাভ্যাসৰ বিধান দিয়া হৈছে। ৫:৩নং আয়াতত উল্লেখিত ব্যতিক্রমবোৰৰ বাহিৰে সকলো তৃণভোজী চতুষ্পদ মানুহে খোৱাৰ বাবে অনুমোদিত। 🌍মিনি-সূচিঃ100(05:01-03) 5:1(O Momineen, observe the restrictions imposed on you by Allah carefully. He has made animals which..See Notes). 5:2(Do not profane (i) the symbols designed by Allah and (ii) the sacred months during which waging wars is prohibited-See notes). 5:3(Only Four Meats Prohibited "Animals that die of themselves" Defined-see Notes)(Deen-Islam-Completed). . ।।।।🕋ছুৰা "আল-মায়িদাহ"🕋।।।। ছুৰা "আল-মায়িদাহ" কোৰআনৰ পঞ্চম ছুৰা আৰু ইয়াত আছে ১২০টা আয়াত। ঐশ্বৰিক ব্যৱস্থাৰ প্রতিষ্ঠাক প্রত্যেকৰ ওচৰলৈ লৈ যোৱাৰ ইয়াত ব্যৱস্থা কৰা হৈছে। এই ছুৰাত গুৰুত্বপূর্ণ খাদ্যাভ্যাসৰ বিধান দিয়া হৈছে। ৫:৩নং (আৰু ২:১৭৩) আয়াতত উল্লেখিত ব্যতিক্রমবোৰৰ বাহিৰে সকলো তৃণভোজী চতুষ্পদ মানুহে খোৱাৰ বাবে অনুমোদিত। নিচাদ্...