Posts

Showing posts from December 5, 2021

🔵 Al-Maidah[Part-115(05:78-86)]

Part-115(5:78-86) 🌈 https://youtu.be/akL8Qv0RO2g (#muktabulhussain) . 🌈এই খণ্ডৰ আগকথাঃ এই খণ্ডটোত মুক্তাবুল হুছেইনচাহাবে তেখেতৰ ভিডিঅ'টোত আয়াতত(৫:৭৮-৮৬) অহা বনীইস্ৰাইল, আহলে-কিতাপৰ কথাৰ উল্লেখ কৰি কৈছেযে যদিও আল্লাহে বনীইস্ৰাইল বা আহলে-কিতাপধাৰীসকলক কথাবোৰ কৈ আছে বৰ্তমান সময়ত কিন্তু কথাবোৰ আমাকে কৈছে। কোৰআনত বেছিভাগ আয়াতেই বনীইস্ৰাইলক সম্বোধন কৰি কোৱা হৈছে। ইব্ৰাহিমৰ(আ:ছা:) পৰা মহম্মদৰ(আ:ছা:)আগলৈকে এনেলোকসকল। তেওঁলোকক তৌৰাত, ইঞ্জিল আদি কিতাপসমূহ দিয়া হৈছিল। তাৰ ৱহীবোৰেই কোৰআনত বিশুদ্ধভাৱে আহিছে। ইছলামৰ নিয়ম কানুনবোৰ আগতে অহা ৱহীবোৰেই। কিন্তু আগৰ কিতাপধাৰীসকলে ৱহীবোৰ ভেজাঁল কৰি নিজহাতে বাইবেল লিখিছিল। গতিকে আগৰ কথাবোৰ আমাৰ বাবেও প্ৰজোয্য। আগৰ কিতাপধাৰীসকলৰ বহুতে আমি যেনেকৈ ঈমান অনাৰ হুকুম হৈছে তেওঁলোকেও আনিছিল(৫:৮৪ৰ নোট চাওঁক)। যিসকলে কিতাপ ভেজাঁল অথবা হুকুম মনা নাছিল তেওঁলোকক আল্লাহে তেওঁলোকক উপদেশ/সাবধান কৰি দিছিল। চুৰা ইমৰাণৰ ৩:১১২-১১৫লৈ চালে এই কথাবোৰেই পাব। . আহলে-কিতাপ বুলি ক'লে কেৱল কোৰআনৰ আগতে কিতাপ প্ৰাপ্ত লোকসকলক ধৰি ললে নহ'ব।।। সকলো কিতাপ সামৰি আটাইবোৰ কোৰআ...

🔵 Al-Maidah[Part-114(05:73-77)]

Part-114(5:73-77) 🌈 https://youtu.be/hriAiU3gEjs (#muktabulhussain) . 🌈আজিৰ মন্তব্য: তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? তোমালোকে সত্যৰ বাহিৰে নিজ দ্বীনৰ বিষয়ে সীমালংঘন নকৰিবা-৫:৭৬-৭৭ ।।।।  🌈মিনি সূচিঃ 5:73(Those who believe in the trinity are also Kafireen-see notes) 5:74(Repentance: what is it?-See note) 5:75(The Messiah, son of Mary (Mar'yama), was only a messenger as Muhamma-3:144-See Note) 5:76(Are you worshipping besides GOD?-See note) 5:77(Do not exceed the limits of your Deen and do not say anything about it except the truth). ।।।। (🧿টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক🧿) 🌈৫:৭৩ لَقَدْ كَفَرَ الَّذِينَ قَالُوا إِنَّ اللَّهَ ثَالِثُ ثَلَاثَةٍ ۘ وَمَا مِنْ إِلَٰهٍ إِلَّا إِلَٰهٌ وَاحِدٌ ۚ وَإِنْ لَمْ يَنْتَهُوا عَمَّا يَقُولُونَ لَيَمَسَّنَّ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ সিহঁতে অৱশ্যে কুফৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ...

🔵 Al-Maidah[Part-113(05:67-72)]

Part-113(5:67-72) 🌈 https://youtu.be/YzHGqpn5HBw (#muktabulhussain) . 🌈 Today's Remarks: 5:67-To Rasol: Convey what was brought down to you from your Lord👉God made it clear to the messenger that the explanation of the Quran lies on God: See Notes. 🌈মিনি সূচিঃ  🎖️5:67(To Rasol: Convey what was brought down to you from your Lord👉God made it clear to the messenger that the explanation of the Quran lies on God: See Notes) https://muktabulraf.blogspot.com 🎖️5:68(Teachings of the Torah and the Bible which  are contained in the Quran)(Meaning of "People of the Book" vs "Those who were given the Scripture"-See Note-1) 🎖️5:69(1-Minimum Requirements for Attaining Eternal Salvation: Those who attain belief and call themselves Muslims, and those who are Jews, and Christians and the agnostics, whoever 1)believes in God and the 2)Last Day and 3)helps people, shall have their reward with their Lord.-See Notes) (2- Misinterpretation verses 2:62, 5:69-See Note-2) 🎖️5:70...

🔵 Al-Maidah[Part-111(05:54-59)]

Part-111(5:54-59) 🧿 https://youtu.be/gFqQsx_DEGg (#muktabulhussain) . 🧿 Today's Remarks: (you call (📢Naadai'tum’)=Not Azan)(জুমুআৰ-الْجُمُعَةِ দিনা= Not salatul Jummah)-5:58 .  🧿মিনি সূচিঃ111(5:54-59) ৫:৫৪(মুমিনসকল মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ-নোট) ৫:৫৫(তোমালোকৰ বন্ধু(ৱলি-وَلِيُّ) কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে-নোট) ৫:৫৬(আল্লাহৰ দল💥, বিপৰীতে চয়তানৰ দল-নোট) ৫:৫৭(কাফিৰসকলক তোমালোকে বন্ধুৰূপে গ্ৰহণ নকৰিবা-নোট) ৫:৫৮(you call (📢Naadai'tum’)=আজান দিয়া নহয়-নোট)(জুমুআৰ দিনা= ছালাতুল জুম্মা নহয়-নোট) ৫:৫৯(আমি আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছে তাত ঈমান আনিছো আৰু নিশ্চয় তোমালোকৰ অধিকাংশই ফাছিক্ব)। . (🧿টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক🧿)। 🧿৫:৫৪ يَا أَيُّهَا الَّذِينَ آمَنُوا مَنْ يَرْتَدَّ مِنْكُمْ عَنْ دِينِهِ فَسَوْفَ يَأْتِي اللَّهُ بِقَوْمٍ يُحِبُّهُمْ وَيُحِبُّونَهُ...

🔵 Al-Maidah[Part-110(05:49-53)]

Part-110(5:49-53) 🫐https://youtu.be/ZJVIDQ0ajnQ (#muktabulhussain) . 🫐Today's Remarks: Judge between by what God has revealed. And do not follow their vain desires of guesses-5:49. .  🫐মিনি সূচি:Part-110(5:49-53) 5:49(Judge between by what God has revealed. And do not follow their vain desires of guesses-see note). 5:50(বিধান প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?-see 6:114) 5:51(Certain Jews and Christians Cannot Be Friends-See Notes). 5:52-53(all the efforts of the Munafiqeen will be rendered waste and they shall be the losers). . 🫐৫:৪৯(Wrongdoer). وَأَنِ احْكُمْ بَيْنَهُمْ بِمَا أَنْزَلَ اللَّهُ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ وَاحْذَرْهُمْ أَنْ يَفْتِنُوكَ عَنْ بَعْضِ مَا أَنْزَلَ اللَّهُ إِلَيْكَ ۖ فَإِنْ تَوَلَّوْا فَاعْلَمْ أَنَّمَا يُرِيدُ اللَّهُ أَنْ يُصِيبَهُمْ بِبَعْضِ ذُنُوبِهِمْ ۗ وَإِنَّ كَثِيرًا مِنَ النَّاسِ لَفَاسِقُونَ আৰু তুমি সিহঁতৰ মাজত আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী বিচাৰ নিষ্পত্তি কৰা আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা আৰু সিহঁতৰ বিষয়ে সতৰ্ক হো...

🔵 Al-Maidah[Part-112(05:60-66)]

Part-112-(5:60-66) 🔵https://youtu.be/12D6tjI-Orc (#muktabulhussain) .   🔵 Today's Remarks: They-(Jew,Chri) Must Believe in This Quran. আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে অৱশ্যে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা আহাৰাদী লাভ কৰিলেহেঁতেন।5:66 .  🔵মিনি সূচিঃPart-112-(5:60-66) 5:61(Sinful, Hateful, Greedy, and yet Self-Righteous). 5:63(Beware of Religious Scholars and Leaders Who Exploit In God's Name)(A great many religious leaders, rabbis, priests, monks, Mullahs, yogis, and mystics devour the wealth of people deceptively, and hinder them from the way of God 9:34*) 5:64(Blaspheming Against God) 5:65(Salvation For Jews and Christians) 5:66{They-(J,C) Must Believe in This Quran} . (🧿টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক🧿) 🔵৫:৬০ قُلْ هَلْ أُنَبِّئُكُمْ بِشَرٍّ مِنْ ذَٰلِكَ مَثُوبَةً عِن...