🌕Al-Aa'raf[Part-155(07:138-145)]
Part-155(7:138-145)Al-Aa'raf 🌈 https://youtu.be/rqj_LSdvNVo #muktabulhussain . 🌈মিনি সূচিঃPart-155(7:138-145) Moses] [Moses, and his people] [Sea] 7:138-145(Musa a.s and the Bani-Israel-See various Notes) 7:143("মুমিনসকলৰ মাজত ময়েই প্ৰথম"-ইয়াৰ অৰ্থ-See note🍒)(এই জনমত কোনেও আল্লাহক দেখিব নোৱাৰিবা-Note) 7:145(আল্লাহে মূছাক প্ৰদান কৰিছিল কিতাব। য'ত আছিল সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা।-See Notes) . Mosa: The Children of Israel safely cross the Sea, but still held on to the Idea of Idol Worshipping. . 🌈৭:১৩৮ وَجَاوَزْنَا بِبَنِي إِسْرَائِيلَ الْبَحْرَ فَأَتَوْا عَلَىٰ قَوْمٍ يَعْكُفُونَ عَلَىٰ أَصْنَامٍ لَهُمْ ۚ قَالُوا يَا مُوسَى اجْعَلْ لَنَا إِلَٰهًا كَمَا لَهُمْ آلِهَةٌ ۚ قَالَ إِنَّكُمْ قَوْمٌ تَجْهَلُونَ আৰু বনী ইছৰাঈলক আমিয়েই সাগৰ পাৰ(+) কৰাই দিছো, তাৰ পিছত সিহঁতে মূৰ্তিপূজাত আসক্ত এটা জাতিৰ ওচৰত উপস্থিত হয়। সিহঁতে ক’লে, ‘হে মুছা! এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবেও এজন উপাস্য স্থিৰ কৰি দিয়া’। তেওঁ ক’লে, ‘তোমালোক এটা মূৰ্খ সম্প্ৰদায়’। [+After they...