🎁Part-284(19:27-36)Maryam(Mary)
🟥Part-284(19:27-36)Maryam(Mary) 🟥 https://youtu.be/icdvEWDtaDY ।।। 🟥মিনি সূচিঃPart-284(19:27-36)Maryam আগ-কথা লিংক চাওঁক: https://ahsana3923.blogspot.com/2022/06/blog-post_29.html ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 📗১৯:২৭ فَأَتَتْ بِهِ قَوْمَهَا تَحْمِلُهُ ۖ قَالُوا يَا مَرْيَمُ لَقَدْ جِئْتِ شَيْئًا فَرِيًّا তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় তুমি এটা অদ্ভূত বিষয় লৈ আহিছা’। . 📗১৯:২৮ يَا أُخْتَ هَارُونَ مَا كَانَ أَبُوكِ امْرَأَ سَوْءٍ وَمَا كَانَتْ أُمُّكِ بَغِيًّا ‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতৃ কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’। . 📍Verse/Note: 19:28 O sister of Aaron!* Thy father was not a wicked man, nor was thy mother a loose woman!" Note* In ancient Semitic usage, a person's name was often linked with that of a renowned ancestor or founder of the tribal line. Thus, for instance, a man o...