🟥খণ্ডঃ-২২২(১২:৪১-৪৯)ইউছুফ
খণ্ডঃ২২২-(১২: ৪১-৪৯)ইউছুফ(Joseph) 🔹ফেঃবুঃ/ব্লগঃ বিশ্লেষণাত্মক কোৰআন চৰ্চা 🔹ইউটিউবঃ একমাত্ৰ-পথ 🟪 ( https://youtu.be/RQH13fG9JrU ) 🔵Introduction & Architecture of Ch-12 Yusuf(Joseph)-Part-2/3: (2- https://youtu.be/eXbEjq7YBdk ) . 🏕️মিনি সূচিঃখণ্ডঃ২২২-(১২: ৪১-৪৯)ইউছুফ 🔵Introduction & Architecture of Ch-12 Yusuf(Joseph)-Part-2/3: 12:41(The Interpretation of the Dreams) 12:42(চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফে আৰু কেইবাবছৰ কাৰাগাৰত থাকিবলগীয়া হ’ল।) 12:43(The Dream of the King of Egypt) 12:46(Joseph Interprets the King's Dream) 12:49✅(Please note that only a Messenger of God could correctly interpret dreams since God shares His knowledge of the future only with a Messenger He chooses-Note) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟪১২:৪১(The Interpretation of the Dreams) يَا صَاحِبَيِ السِّجْنِ أَمَّا أَحَدُكُمَا فَيَسْقِي رَبَّهُ خَ...