🔵 Al-Maidah[Part-104(05:16-19)]
Part-104(5:16-19) 👉 https://youtu.be/djKEZ4xlwtM (#muktabulhussain) ।।।। 👉আজিৰ-মন্তব্য-সাৰাংহঃ যিসকলে কোৰআন অনুসৰণ কৰে, যাৰ মাধ্যমত আল্লাহে সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে-৫:১৬। ।।।। 👉মিনি-সূচিঃPart-104(5:16-19) 5:16(Quran guides those want Allah's guide to Siratin Mustaqeem (permanent and eternal Path). 5:17(‘মাৰইয়ামৰ পুত্ৰ মছিহেই ⛱️আল্লাহ’, কোৱাটো কুফৰী)। 5:18(God's Messenger to the Jews, Christians and Muslims)(Allah forgives and punishes according to His laws). 5:19(আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছো; তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব). . 👉৫:১৬ يَهْدِي بِهِ اللَّهُ مَنِ اتَّبَعَ رِضْوَانَهُ سُبُلَ السَّلَامِ وَيُخْرِجُهُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ بِإِذْنِهِ وَيَهْدِيهِمْ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ প...