Posts

Showing posts with the label ⚫Part-137(06:143-150)Don'tProhibitionInTheNameOfGod.FabricatingProhibitionsShirk

⚫ Al-An'am[Part-137(06:143-150)]

Part-137(6:143-150) 🔴 https://youtu.be/_eiONMvME4s (#muktabulhussain) .  🔴মিনি সূচিঃPart-137(6:143-150) 6:143(Innovated Dietary Prohibitions Condemned) 6:144(যি ব্যক্তিয়ে নজনাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে?) 6:145(Adding Extra Prohibitions in the Name of God is Polytheism)(মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে-See Notes) 6:147(ৰব সৰ্বব্যাপী দয়াৰ🎏 অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি🎏 ৰদ কৰা নহয়’।) 6:148(Fabricating prohibitions and attributing them to God through his messenger is shirk) 6:149(The Most Powerful Argument/Reasoning-Note) 6:150(They, in fact, set up peers to Allah -verse/note) . 🔴৬:১৪৩(Innovated Dietary Prohibitions Condemned). ثَمَانِيَةَ أَزْوَاجٍ ۖ مِنَ الضَّأْنِ اثْنَيْنِ وَمِنَ الْمَعْزِ اثْنَيْنِ ۗ قُلْ آلذَّكَرَيْنِ حَرَّمَ أَمِ الْأُنْثَيَيْنِ أَمَّا اشْتَمَلَتْ عَلَيْهِ أَرْحَامُ الْأُنْثَيَيْنِ ۖ نَبِّئُونِي بِعِلْمٍ إِنْ...