Posts

Showing posts with the label 🟢Part-07(2:47-59)

🟢Al-Baqarah[Part-7(2:47-59)]

Al-Baqarah[Part-7(2:47-59)] Muktabul.Quran.Youtube:  https://youtu.be/RimDczuMqOM . . 🟣২:৪৭ يَا بَنِي إِسْرَائِيلَ اذْكُرُوا نِعْمَتِيَ الَّتِي أَنْعَمْتُ عَلَيْكُمْ وَأَنِّي فَضَّلْتُكُمْ عَلَى الْعَالَمِينَ হে ঈছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা যি মই তোমালোকক প্ৰদান কৰিছিলো, আৰু নিশ্চয় মই তোমালোকক সমগ্ৰ জাতিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো । . 2:47 (Once again) O Children of Israel! Remember the blessings I bestowed upon you and how I gave you distinction among the nations. Note: of the times when you were faithful to commands. 2:122. ২:১২২ يَا بَنِي إِسْرَائِيلَ اذْكُرُوا نِعْمَتِيَ الَّتِي أَنْعَمْتُ عَلَيْكُمْ وَأَنِّي فَضَّلْتُكُمْ عَلَى الْعَالَمِينَ হে বনী ইছৰাঈল! মোৰ সেই অনুগ্ৰহৰ কথা স্মৰণ কৰা, যিবোৰ মই তোমালোকক প্ৰদান কৰিছিলো; আৰু নিশ্চয় মই তোমালোকক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো (সেই সময়ৰ) সকলো জাতিৰ ওপৰত। [(The Israelites can easily relate to what has just been said. 62:5.) ৬২:৫ مَثَلُ الَّذِينَ حُمِّلُوا التَّوْرَاةَ ثُمَّ لَمْ يَحْمِلُوهَا كَمَثَلِ الْ...