Posts

Showing posts with the label 🍒Part-292(20:31-52)Tã Hã

🍒Part-292(20:31-52)Tã Hã (T.H.)ত্বা-হা

🟦Part-292(20:31-52)Tã Hã (T.H.)ত্বা-হা 📽️ https://youtu.be/07JQNsH7g7E Muktabul  ✍️ Written Syedraf. . 🟦মিনি সূচিঃPart-292(20:31-52)Tã Hã 20:31-36(আল্লাহে মুছাৰ আ:ছা:লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী কৰি দিবলৈ আহ্বান) 20:37(আল্লাহে মুছাৰ-আ:ছা: প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিল- See Note) 20:38-40("at another time", i.e., the time of Moses' childhood and youth, which is recalled in verses 20:38-40) 20:41("মই তোমাক মোৰ বাবে তৈয়াৰ কৰিছো।"-See v.sp.note) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🏠২০:৩১ اشْدُدْ بِهِ أَزْرِي ‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা, . 🏠২০:৩২ وَأَشْرِكْهُ فِي أَمْرِي ‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা, . 🏠২০:৩৩ كَيْ نُسَبِّحَكَ كَثِيرًا ‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ, . 🏠২০:৩৪ وَنَذْكُرَكَ كَثِيرًا ‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰোঁ। . 🏠২০:৩৫ إِنَّكَ كُنْتَ بِنَا بَصِيرًا ‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’। . ✍️Verses/Notes: 20:35-36. “Y...