☪️PART-230(13:8-14)Ar-Ra'ad
PART-230(13:8-14)Al-Ra'ad (Thunder) ✴️ https://youtu.be/SkroLTh3Y4Q . 🏕️মিনি সূচিঃPART-230(13:8-14)Al-Ra'ad 13:8(Allah is All-Knower of Al-Ghayb (Unseen) 13:10(Allah's Knowledge encompasses all Things Apparent and Hidden) 13:11✅(নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। আৰু যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে, তেন্তে সেয়া প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়) 13:12(Clouds, Thunder and Lightning are Signs of Allah's Power) 13:13✅(Ra'ad means Thunder(মেঘগর্জন), indicates thunder being an angel of God.(Qur’an describes ‘angels’ as God’s physical laws and forces operative in the Universe). 13:14✅[Those Who Expect Help from Saints, Shrines, Prophets, etc(A Parable for the Weakness of the False Gods of the Polytheists.Example: যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই)] ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজ...